-
দেশত আজি ঘোষণা কৰা হৈছে CBSE দশম শ্ৰেণীৰ পৰীক্ষাৰ ফলাফল।
-
সদ্যঘোষিত ফলাফলত উজলি উঠিছে মঙলদৈৰ এখন ব্যক্তিগতখণ্ডৰ শিক্ষানুষ্ঠান।
-
উজলি উঠিছে মঙলদৈৰ Gurukul Group of Education Wing বিদ্যালয়।
-
বিদ্যালয়খনৰ ছাত্ৰ দেৱাশীষ চহৰীয়াই লাভ কৰে ৯৯.২ শতাংশ নম্বৰ ।
-
তেঁওৰ এই সাফল্যত উৎসাহিত হৈ পৰে অভিভাৱকৰ লগতে ছাত্ৰ ছাত্ৰী।
-
ইয়াৰোপৰি বিদ্যালয়খনৰ অংগৰাগ বৰুৱাই ৯৭ শতাংশ, বিশাল বৰাই ৯৫.৬ শতাংশ নম্বৰ লাভ কৰি দৰং জিলালৈ গৌৱৰ কঢ়িয়াই আনে।
Also Read: দেওমৰনৈ স্নাতক মহাবিদ্যালয়ত স্তন কেঞ্চাৰ সজাগতা সভা