প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে শুভাৰম্ভ কৰিলে মঙলদৈৰ এগ্ৰটেক ফুডপাৰ্ক...

ট্ৰিনিটী ফ্ৰুক্টা প্ৰাইভেট লিমিটেড ORSL Unite শুভাৰম্ভ কুঞাপানীত
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে শুভাৰম্ভ কৰিলে মঙলদৈৰ এগ্ৰটেক ফুডপাৰ্ক...
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে শুভাৰম্ভ কৰিলে মঙলদৈৰ এগ্ৰটেক ফুডপাৰ্ক...
Published on
Updated on

ডিজিটেল সংবাদ মঙলদৈ: অসম তথা দৰং জিলাৰ বাবে সুখবৰ। বৃহস্পতিবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে কুাঞাপানীত ভাৰ্ছুৱেলী উদ্বোধন কৰিলে ট্ৰিনিটী ফ্ৰুক্টা প্ৰাইভেট লিমিটেড ORSL Uniteৰ।

আজি প্ৰধানমন্ত্ৰীগৰাকীয়ে ভাৰ্চুৱেলী শুভাৰম্ভ কৰা ORSL Uniteটো SRD Grup of Industry ৰ উদ্যোগত আৰম্ভণি হৈছে। এই উদ্যোগে অসমৰ লগতে দাঁতি কাষৰীয়া ৰাজ্য সমূহৰ প্ৰয়োজন পূৰণ কৰিব ৷

SRD Grup of industry ৰ পৰিচালন সঞ্চালক অনুপম ডেকাই এই উদ্যোগত তিনি হাজাৰতকৈও অধিক শিক্ষিত নিবনুৱাই কৰ্ম সংস্থাপন লাভ কৰিব বুলি জানিবলৈ দিলে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ভাৰ্ছুৱেলী শুভাৰম্ভ কৰা মঙলদৈ কুঞাপানীৰ এই অনুস্থানত উপস্থিত থাকে সাংসদ দিলীপ শইকীয়া, বিধায়ক বসন্ত দাস, প্ৰাক্তন বিধায়ক তথা অসম চৰকাৰৰ মীন উন্নয়ন নিগমৰ অধক্ষ্য গুৰুজ্যোতি দাস, SRD Grup of industry ৰ পৰিচালন সঞ্চালক অনুপম ডেকা, মুকুল ডেকা, ৰাজিব ডেকাৰ লগতে জিলাখনৰ উদ্যোগপতি আৰু সাধাৰণ ৰাইজ ৷

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে শুভাৰম্ভ কৰিলে মঙলদৈৰ এগ্ৰটেক ফুডপাৰ্ক...
বোকাজানৰ লাহৰীজান ছয়মাইলত অচিনাক্ত মৃতদেহ উদ্ধাৰ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in