পুৱাই ছিপাঝাৰত দুৰ্ঘটনাঃ পথৰ বাছ সোমালগৈ খাৱৈত...

পুৱাই ছিপাঝাৰত দুৰ্ঘটনাঃ পথৰ বাছ সোমালগৈ খাৱৈত...
পুৱাই ছিপাঝাৰত দুৰ্ঘটনাঃ পথৰ বাছ সোমালগৈ খাৱৈত...
Published on
Updated on
  • ছিপাঝাৰত পুৱাই পথ দুৰ্ঘটনা।

  • ছিপাঝাৰৰ ১৫নং ৰাষ্ট্রীয় ঘাইপথত সংঘটিত হৈছে এই অঘটন।

  • পথৰ বাছ নিয়ন্ত্ৰণ হেৰুৱাই পৰিলগৈ কাষৰ পুখুৰীত।

  • কথমপি প্ৰাণ ৰক্ষা পৰিছে যাত্ৰীসকলৰ।

  • দুৰ্ঘটনা সংঘটিত হোৱা বাছখনৰ নম্বৰ AS-25 AC 8699।

পুৱাই ছিপাঝাৰত দুৰ্ঘটনাঃ পথৰ বাছ সোমালগৈ খাৱৈত...
দুই পত্নী থকাৰ পাছতো যুৱতীৰে প্ৰেমঃ বহিঃৰাজ্যলৈ নাৰী সৰবৰাহৰ অভিযোগ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in