আমিনগাঁৱৰ EPIP চৌহদত চাঞ্চল্য।
চিপ লোৱা অৱস্থাত উদ্ধাৰ এজন লোকৰ মৃতদেহ।
শুকুৰবাৰে পুৱাৰ ভাগত উদ্ধাৰ হয় মৃতদেহটো।
লোকজন তামুলপুৰৰ ৰমনী কলিতা।
পাৰিবাৰিক কন্দলৰ বাবেই লোকজনে আত্মহত্যা কৰাৰ সন্দেহ।
পূৰ্বেও লোকজনে এবাৰ আত্মহত্যাৰ চেষ্টা কৰাৰ অভিযোগ।
ঘটনাস্থলীত উপস্থিত আমিনগাঁও আৰক্ষী।