পুৱাই মহানগৰীত উদ্ধাৰ অচিনাক্ত মৃতদেহ...

bokajan lightning
bokajan lightning
Published on
Updated on
  • মহানগৰীৰ খানাপাৰাত পুৱাই এটা মৃতদেহ উদ্ধাৰ।

  • শুকুৰবাৰে উদ্ধাৰ হয় মৃতদেহটো।

  • চিপ লোৱা অৱস্থাত ৰাইজে প্রত্যক্ষ কৰে মৃতদেহটো।

  • তাৰপাছতে খবৰ দিয়ে আৰক্ষীক।

  • মৃতদেহটো এই পৰ্যন্ত চিনাক্ত হোৱা নাই।

  • লোকজনক হত্যা কৰাৰ সন্দেহ ৰাইজৰ।

  • ঘটনা সন্দৰ্ভত আৰক্ষীৰ তদন্ত অব্যাহত।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in