ধিং কাণ্ডৰ মূল অভিযুক্তৰ মৃত্যু...

ধিং কাণ্ডৰ মূল অভিযুক্তৰ মৃত্যু...
Published on
Updated on
  • ধিঙৰ কিশোৰী নিৰ্যাতন কাণ্ডৰ মূল অভিযুক্তৰ মৃত্যু।

  • ধিং কাণ্ডৰ মূল অভিযুক্ত তফজ্জুল ইছলামৰ মৃত্যু।

  • পুখুৰীত জপিয়াই মৃত্যু হৈছে তফজ্জুলৰ।

  • আৰক্ষীৰ জিম্মাৰ পৰা পলাব লওঁতেই মৃত্যু হয় ধৃত তফজ্জুলৰ।

  • ইতিমধ্যে ধৃত তফজ্জুলৰ মৃতদেহ উদ্ধাৰ কৰিছে আৰক্ষীয়ে।

  • নিশা ক্ৰাইম চিন ৰিক্ৰিয়েট কৰিবলৈ নি থকা অৱস্থাতে সংঘটিত হয় এই ঘটনা।

  • তদন্তৰ বাবে বৰভেটিলৈ নিছিল তফজ্জুলক।

ধিং কাণ্ডৰ মূল অভিযুক্তৰ মৃত্যু...
আজি মহাপুৰুষ মাধৱদেৱৰ ৪২৮ সংখ্যক তিৰোভাৱ তিথি

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in