চতিয়াত দুই শিশুৰ সলিল সমাধি

চতিয়াত দুই শিশুৰ সলিল সমাধি
Published on
Updated on
  • চতিয়াত দুই কিশোৰৰ সলিল সমাধি

  • ৪ নং ভোজমাৰীত সংঘটিত হয় এই শোকাৱহ দুৰ্ঘটনা

  • মাথাউৰিৰ কাষতে ব্ৰহ্মপুত্ৰৰ পাৰত খেলি থকাৰ অৱস্থাতে সলিল সমাধি

  • মৃত শিশু দুটিৰ নাম ৰেজাউল হক(৭) আৰু আবিদুৰ হক(৫) বুলি জানিব পৰা গৈছে

  • ঘটনাস্থলীত চতিয়া আৰক্ষীৰ দল উপস্থিত হৈ দুয়োৰে মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে

  • দুই ভাতৃৰ অকাল মৃত্যুত এক শোকাকুল পৰিবেশে বিৰাজ কৰিছে।

চতিয়াত দুই শিশুৰ সলিল সমাধি
যোৰহাটৰ ১৩ বছৰ অনুৰ্দ্ধ য়ুথ লীগত টীয়ক উপ-ক্ৰীড়া সন্থা চেম্পিয়ন

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in