ধনশিৰিৰ বৰপথাৰ পাভজানত ভয়ংকৰ পথ দুৰ্ঘটনা।
তীব্রবেগী বাহনে মহটিয়াই নিলে পথচাৰীক।
মঙলবাৰে সংঘটিত হয় এই পথ দুৰ্ঘটনাটো।
বাহনখনৰ খুন্দাত থিতাতে নিহত এগৰাকী মহিলা।
নিহত মহিলাগৰাকীৰ নাম ৰূপালী বৰা।
দুৰ্ঘটনাটোত গুৰুতৰভাৱে আহত অবিনাশ বৰা নামৰ এজন যুৱক।
দুৰ্ঘটনা সংঘটিত কৰি পলায়ন বাহনখন।