ADRE প্ৰশ্নকাকত ভাইৰেল : ধেমাজিত তিনিজনক গ্ৰেপ্তাৰ, ১০ জনক আটক

ADRE প্ৰশ্নকাকত ভাইৰেল : ধেমাজিত তিনিজনক গ্ৰেপ্তাৰ, ১০ জনক আটক
Published on
Updated on

ডিজিটেল সংবাদ, ধেমাজি : ধেমাজি জিলাৰ চিমেনচাপৰিত অনুষ্ঠিত হোৱা ADREৰ তৃতীয় বৰ্গৰ প্ৰশ্নকাকত ফাদিল ঘটনাকলৈ আৰক্ষীয়ে ইতিমধ্যে তিনিজনক গ্ৰেপ্তাৰ কৰিছে। লগতে ১০ জনক সোধাপোছাৰ বাবে আটক কৰিছে ৷

ইয়াৰে গ্ৰেপ্তাৰ হোৱা তিনিজন হৈছে ফটোগ্ৰাফাৰ মংগল সিং বসুমতাৰী , কেন্দ্ৰটোৰ নিৰীক্ষক মনোহৰ নাৰ্জাৰী আৰু পৰীক্ষাৰ্থী দ্বীজেন বড়ো ৷ উল্লেখ্য যে ফটোগ্ৰাফাৰ মঙ্গল সিং বসুমতাৰীয়ে ম'বাইলত ফটো উঠাই আত্মীয় লৈ প্ৰেৰণ কৰিছিল প্ৰশ্নকাকত ৷

ঘটনাৰ সংক্ৰান্তত মঙলবাৰে পুৱাৰে পৰা ধেমাজি আৰক্ষীয়ে ধেমাজি সদৰ আৰক্ষী থানাত সোধাপোছা অবাহত ৰাখিছে ৷

ADRE প্ৰশ্নকাকত ভাইৰেল : ধেমাজিত তিনিজনক গ্ৰেপ্তাৰ, ১০ জনক আটক
ধুবুৰী আৰক্ষী-প্ৰশাসন, কৰ্মচাৰীৰ উদ্যোগত বিশ্বকৰ্মা পূজা পালন

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in