দিপাৱলীৰ প্ৰাকমূহুৰ্তত ধেমাজিত গুলীচালনা

দিপাৱলীৰ প্ৰাকমূহুৰ্তত ধেমাজিত গুলীচালনা
Published on
Updated on
  • দিপাৱলীৰ প্ৰাকমূহুৰ্তত ধেমাজিত গুলীচালনা।

  • পল্লৱী বেটেৰী এণ্ড টায়াৰ এজেঞ্চিত অনুজ্ঞাপ্ৰাপ্ত পিষ্টলেৰে ভয় ভাবুকি দি শূন্যলৈ গুলীচালনা।

  • বৃহস্পতিবাৰে নিশাৰ ভাগত সংঘটিত হয় এই দুৰ্ঘটনা।

  • শূন্যলৈ গুলীচালনা কৰা ব্যসায়ীজনৰ নাম মদনমোহন তামুলী ওৰফে ৰাজু তামুলী৷

  • ঘটনাস্থলীৰ পৰা ৩২এমএম পিষ্টলৰ খালি কাৰ্টিজ উদ্ধাৰ কৰে ধেমাজি সদৰ আৰক্ষীয়ে ।

  • ঘটনা সন্দৰ্ভত আৰক্ষীৰ তদন্ত আৰম্ভ।

দিপাৱলীৰ প্ৰাকমূহুৰ্তত ধেমাজিত গুলীচালনা
কলিয়াবৰ পথ দুৰ্ঘটনাত বাইক আৰোহী নিহত

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in