ধুবুৰী আৰক্ষী-প্ৰশাসন, কৰ্মচাৰীৰ উদ্যোগত বিশ্বকৰ্মা পূজা পালন

ধুবুৰী আৰক্ষী-প্ৰশাসন, কৰ্মচাৰীৰ উদ্যোগত বিশ্বকৰ্মা পূজা পালন
Published on
Updated on

ডিজিটেল সংবাদ, ধুবুৰী : আজি বিশ্বখনিকৰ শ্ৰী শ্ৰী বিশ্ব শৰ্মা পূজা। ধুবুৰীৰ অন্যান্য প্ৰান্তৰ লগতে ধুবুৰী আৰক্ষী প্ৰশাসন কৰ্মচাৰীৰ উদ্যোগত আজি ধুবুৰীৰ আৰক্ষী ছাউনিতো বিশ্বকৰ্মা পূজা পালন কৰা হয়।

ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে ধুবুৰীতো ৰাতিপুৱাৰে পৰা দেখা গ’ল ভক্ত সকলৰ মাজত এক উখলমাখল পৰিবেশ ৷ সমান্তৰালভাৱে প্ৰতি বছৰৰ দৰে এইবেলিও ধুবুৰী আৰক্ষী ছাউনিত ধুবুৰী জিলা আৰক্ষীৰ কৰ্মচাৰী উদ্যোগত শ’শ ভক্তৰ সমাগমৰে পালন কৰা হয় বিশ্বকৰ্মা পূজা ।

এনেদৰেই অইন অইন বছৰৰ দৰে এইবেলিও উলহ মালহেৰে ধুবুৰী আৰক্ষী কৰ্মচাৰীৰ উদ্যোগত শ শ ভক্তৰ সমা গমেৰে পালন কৰিবলৈ লৈছে এই বিশ্বকৰ্মা পূজা ।

ধুবুৰী আৰক্ষী-প্ৰশাসন, কৰ্মচাৰীৰ উদ্যোগত বিশ্বকৰ্মা পূজা পালন
হায় বিধি হায় হায়, ঢুলীয়াৰ বিননি শুনোতা নাই...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in