চাবুৱাত ভয়ংকৰ দুৰ্ঘটনা...

চাবুৱাত ভয়ংকৰ দুৰ্ঘটনা...
Published on
Updated on
  • চাবুৱাৰ খাঁজিখোৱাত সংঘটিত হৈছে ভয়ংকৰ দুৰ্ঘটনা।

  • নিয়ন্ত্ৰণ হেৰুৱাই দ খাৱৈত পৰিল আই-১০ বাহন।

  • কথমপি প্ৰাণ ৰক্ষা পৰিল যাত্ৰীৰ।

  • ডিব্ৰুগড়-তিনিচুকীয়াৰ মধ্যস্থল খাঁজিখোৱাৰ বাইপাচত সংঘটিত হয় এই দুৰ্ঘটনা।

  • দুৰ্ঘটনা সংঘটিত হোৱা বাহনখনৰ নম্বৰ এ আৰ- ১১-এ ৭৭৮৪।

  • দুৰ্ঘটনাৰ ফলত বাহনখনৰ সন্মুখভাগ কিছু পৰিমাণে ক্ষতিগ্ৰস্ত হয়।

চাবুৱাত ভয়ংকৰ দুৰ্ঘটনা...
কাজিৰঙাৰ পৰ্যালোচনা সভাত উপস্থিত থাকিব মুখ্যমন্ত্ৰী

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in