ডিব্ৰুগড়ত সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ ধৰ্ণা কাৰ্যসূচী

ডিব্ৰুগড়ত সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ ধৰ্ণা কাৰ্যসূচী
Published on
Updated on

ডিজিটেল সংবাদ,ডিব্ৰুগড়: বুধবাৰে ডিব্ৰুগড় জিলা আয়ুক্ত কাৰ্যালয়ৰ সন্মুখত ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে সদৌ অসম আদিবাসী ছাত্ৰ সন্থা,ডিব্ৰুগড় জিলা সমিতিয়ে।

জনজাতিকৰণ,ভূমিপট্টা প্ৰদান,চাহ শ্ৰমিকৰ মজুৰি বৃদ্ধি,বিশেষ টেট পৰীক্ষা অনুষ্ঠিত কৰাৰ দাবীত এই প্ৰতিবাদ সাব্যস্ত কৰে সদৌ অসম আদিবাসী ছাত্ৰ সন্থা,ডিব্ৰুগড় জিলা সমিতিয়ে।

আদিবাসী সকলৰ এই জ্বলন্ত সমস্যা সমূহ চৰকাৰে সমাধান নকৰিলে নিৰ্বাচনৰ সময়ত উচিত প্রত্যুত্বৰ দিয়াৰো হুঁংকাৰ প্ৰদান কৰে আছা ডিব্ৰুগড় জিলা সমিতিয়ে। অসম চৰকাৰ মুৰ্দাবাদ, জনজাতিকৰণ লাগিবই, অসম চৰকাৰ কাম নাই আদি শ্ল'গানেৰে পৰিৱেশ উত্তাল কৰে আছা'ৰ বিষয়ববীয়াই।

ডিব্ৰুগড়ত সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ ধৰ্ণা কাৰ্যসূচী
সন্দেহজনক পৰিয়ালক আশ্ৰয় নিদিবলৈ আহ্বান সদৌ অসম‌ ট্ৰাইবেল য়ুথ লীগৰ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in