ডিব্ৰুগড়ত ১৮০ গৰাকী যাত্ৰী কঢ়িয়াই নিয়া ২ খন বিমান অৱতৰণত অসুবিধা...

ডিব্ৰুগড়ত ১৮০ গৰাকী যাত্ৰী কঢ়িয়াই নিয়া ২ খন বিমান অৱতৰণত অসুবিধা...
ডিব্ৰুগড়ত ১৮০ গৰাকী যাত্ৰী কঢ়িয়াই নিয়া ২ খন বিমান অৱতৰণত অসুবিধা...
Published on
Updated on
  • ডিব্ৰুগড়ৰ মোহনবাৰী বিমান বন্দৰত অঘটন।

  • অৱতৰণত অসুবিধাৰ সন্মুখীন দুখনকৈ বিমান।

  • ইণ্ডিগ'ৰ বিমান দুখন প্ৰায় ৫০ মিনিট ধৰি থাকিবলগীয়া হয় আকাশত।

  • দুয়োখন বিমানত আছে ১৮০ গৰাকী লোক।

  • ইয়াৰে এখন বিমান আছিল দিল্লীৰ পৰা ডিব্ৰুগড়লৈ অহা ইণ্ডিগ' বিমান।

  • আনখন বিমান আছচিল গুৱাহাটীৰ পৰা ডিব্ৰুগড়লৈ যোৱা।

  • জানিব পৰা মতে ইনষ্ট্ৰুমেণ্টেল লেনডিং চিষ্টেম বন্ধ হৈ থকাৰ বাবে অৱতৰণত অসুবিধাৰ সন্মুখীন হৈছে।

  • আনহাতে বতৰ প্ৰতিকুল হোৱাৰ বাবেও সন্মুখীন হৈছে অসুবিধাৰ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in