মৰাণৰ খোৱাং মাধকলিৰ ৩৭নং ৰাষ্ট্রীয় ঘাইপথত ভয়ংকৰ দুৰ্ঘটনা।
ডাম্পাৰে মহটিয়াই নিলে এখন মাৰুতি ভানক।
থিতাতে নিহত এজন, গুৰুতৰভাৱে আহত দুজন চিকিৎসালয়ত মৃত্যু।
নিহত টিংখঙৰ ১নং ধমন গাঁৱৰ দুলেশ্বৰ সোণোৱাল, অখিল সোণোৱাল।
নিহত আনজন কপৌহুৱা গাঁৱৰ ৰঞ্জিত গগৈ বুলি জানিব পৰা গৈছে।
দুৰ্ঘটনাগ্রস্ত মাৰুতি বাহনখনৰ নম্বৰ AS-06 X 04435।