New Update
- পুনৰ কংগ্ৰেছৰ পৰা পদত্যাগ জ্যেষ্ঠ নেতাৰ।
- প্ৰদেশ কংগ্রেছৰ জ্যেষ্ঠ মুখপাত্র দিলীপ কুমাৰ শৰ্মাৰ পদত্যাগ।
- কংগ্রেছৰ প্রাথমিক সদস্য পদৰ পৰা পদত্যাগ শৰ্মাৰ।
- AICCৰ সভানেত্রী ছোনিয়া গান্ধীলৈ পদত্যাগ পত্র প্রেৰণ শৰ্মাৰ।