-
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাৰ নামত প্রৱঞ্চনা
-
দীৰ্ঘদিনে ৰোগীৰ পৰিয়ালক প্রৱঞ্চনা চক্রটোৰ
-
চিকিৎসকে প্রথমে বাধ্য কৰায় ‘ক্লিপ’ নামৰ এবিধ সামগ্রী ক্রয় কৰিবলৈ
-
এই সামগ্রীবিধৰ মূল্য ৩৫ হাজাৰ টকা
-
সামগ্রীবিধ যোগান ধৰে এটা বিশেষ প্রতিষ্ঠানে
-
পৰৱৰ্তী সময়ত এই সামগ্রীবিধ প্রতিষ্ঠানটোক বিক্রী কৰি দিয়ে চিকিৎসকে
-
এই ঘটনা সূক্ষ্মভাৱে নিৰীক্ষণ অধীক্ষক ডাঃ অভিজিৎ শৰ্মাৰ
-
ইতিমধ্যে ঘটনাত জড়িত ৰুবুল কলিতা নামৰ এজনক বৰ্খাস্ত
-
চক্রটোত জড়িতৰ অভিযোগ কেইবাজনো চিকিৎসকৰ বিৰুদ্ধে
-
অভিযোগ ডাঃ ধ্রুৱ দাস, ডাঃ নয়ন, ডাঃ মানসৰ বিৰুদ্ধে
-
চিকিৎসা কৰ্মী জয়ন্ত ডেকা, নীৰেন ডেকা, হেমন্ত কলিতাৰ বিৰুদ্ধে অভিযোগ
আৰু পঢ়ক : ঢকুৱাখনাৰ অৱসৰপ্ৰাপ্ত জলসিঞ্চন বিষয়া পবিত্ৰ বৰাৰ বিয়োগ