অসমৰ প্ৰথমগৰাকী মহিলা যোগ আৰু প্ৰাকৃতিক চিকিৎসক হিচাপে ডাঃ বনশ্ৰী গগৈৰ স্বীকৃতি লাভ

অসমৰ প্ৰথমগৰাকী মহিলা যোগ আৰু প্ৰাকৃতিক চিকিৎসক হিচাপে ডাঃ বনশ্ৰী গগৈৰ স্বীকৃতি লাভ
Published on
Updated on

ডিজিটেল সংবাদ,গহপুৰ : ভাল খবৰ। অসমৰ প্ৰথমগৰাকী মহিলা যোগ আৰু প্ৰাকৃতিক চিকিৎসক হিচাপে স্বীকৃতি লাভ কৰিছে গহপুৰৰ ডাঃ বনশ্ৰী গগৈয়ে। ডাঃ বনশ্ৰী গগৈৰ ঘৰ গহপুৰৰ ডুবিয়াত।

তেঁও সুখ্যাতিৰে যোগ আৰু প্ৰাকৃতিক চিকিৎসা স্নাতক ডিগ্ৰী লাভ কৰাত অঞ্চলজুৰি আনন্দৰ বন্যা বৈছে। ইতিমধ্যে বনশ্ৰীয়ে গোলাঘাটৰ অসম ৰাজ্যিক সতী সাধনী বিশ্ববিদ্যালয়ৰ যোগ আৰু প্ৰাকৃতিক চিকিৎসা বিভাগত শিক্ষক হিচাপে যোগদান কৰিছে ৷

অসমৰ প্ৰথমগৰাকী মহিলা যোগ আৰু প্ৰাকৃতিক চিকিৎসক হিচাপে ডাঃ বনশ্ৰী গগৈৰ স্বীকৃতি লাভ
‘শ্ৰীৰঘুপতি’ৰ সফলতাৰ পাছত এইবাৰ দৰ্শকৰ মাজলৈ আহিব ৰবি শৰ্মাৰ ‘মোক্ষ’

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in