-
ডাঃ সংগীতা দত্ত সন্দৰ্ভত পোহৰলৈ আহিছে ন ন তথ্য
-
গৰম ইস্ত্রি, গৰম পানী ঢালি অত্যাচাৰ কৰিছিল কণমানিটিক
-
কণমানিটিৰ লগতে বাকী দুটা সন্তান তেওঁৰ নহয় বুলি স্বীকাৰোক্তি
-
আৰক্ষীয়ে জব্দ কৰিছে শিশুটিৰ খেলাৰ সামগ্রী আৰু চাইকেল
-
পুত্র শিশুটিৰ ওপৰতো চলাইছিল নিৰ্যাতন
-
GMCHত স্বাস্থ্য পৰীক্ষাৰ সময়ত পোহৰলৈ সকলো কথা
-
পুত্র শিশুটিৰ গুপ্তাংগতো আঘাতৰ চিন
-
দীৰ্ঘদিন ধৰি শিশুটিৰ ওপৰত চলিছিল নিৰ্যাতন
-
শিশু সুৰক্ষা আয়োগে স্বাস্থ্য পৰীক্ষাৰ নিৰ্দেশ দিছিল আৰক্ষীক