-
ৰাজ্যৰ আবকাৰী বিভাগৰ গুৰুত্বপূৰ্ণ নিৰ্দেশনা।
-
অহা ২৪ ছেপ্টেম্বৰত ড্ৰাই দে' ঘোষণা।
-
মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মতিথি উপলক্ষে এই সিদ্ধান্ত।
-
আছাম এক্সাইছ ৰুলছ-২০১৬ ৰ ৰুলছ-৩২৬ (বি)ৰ অধীনত এই নিৰ্দেশনা।
-
এই সময়ত সকলো অনুজ্ঞাপত্ৰ থকা সুৰাৰ দোকান বন্ধ থাকিব।
Also Read: বৰপেটা কেন্সাৰ হাস্পতালত দালাল আটকঃ অস্ত্ৰোপচাৰৰ নামত দাবী কৰিছিল ১.৩৪ লাখ...