-
কামৰূপ মহানগৰ জিলাত ড্ৰাই ডে’ ঘোষণা।
-
কামৰূপ মহানগৰ জিলাত ৩দিন বন্ধ থাকিব সুৰাৰ বিপণী।
-
তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবেই ড্ৰাই ডে’ ঘোষণা কৰিছে জিলা প্ৰশাসনে।
-
দেওবাৰৰ পৰা ৭মে' বিয়লি ৫-০০ বজালৈ বন্ধ থাকিব সুৰা বিপণীসমূহ।
-
শনিবাৰে এক নিৰ্দেশনাযোগে এই কথা প্ৰকাশ কৰে জিলা প্ৰশাসনে।
Also Read: অৰুণাচলৰ কানুবাৰীত আলফা (স্বাঃ)ৰ ৩ জন লিংকমেনক আটক