প্ৰতিকূল বতৰৰ মাজতে ৰাজ্যত ভূমিকম্পৰ জোকাৰণি।
সন্ধিয়া ৬ঃ৪৫ বজাত অনুভূত হয় এই কম্পন।
ৰীমালৰ প্ৰভাৱৰ মাজতে আহিল এই ভূমিকম্প।
ৰিখটাৰ স্কেলত এই ভূমিকম্পৰ প্ৰাবল্য ৫.৬।
ভূমিকম্পৰ ফলত এই পৰ্যন্ত কোনো ক্ষয় ক্ষতিৰ খবৰ অহা নাই।
এই ভূমিকম্পৰ অভিকেন্দ্ৰ আছিল ম্যানমাৰ।