-
বিতৰ্কিত DIG ৰৌণক আলি হাজৰিকাৰ বাসগৃহত EDৰ অভিযান।
-
ৰৌণক আলি হাজৰিকাৰ লগতে পত্নীকো EDৰ জেৰা।
-
EDৰ এটা বৃহৎ দলে অভিযান অব্যাহত ৰাখিছে হাজৰিকাৰ বাসগৃহত।
-
আৰক্ষীৰ পৰাই EDয়ে লৈছে হাজৰিকাৰ সম্পত্তিৰ তালিকা।
-
পূৰ্বে মুখ্যমন্ত্রীৰ বিশেষ নিৰীক্ষণ কোষে গ্রেপ্তাৰ কৰিছিল হাজৰিকাক।
-
হাজৰিকাৰ বিৰুদ্ধে EDৰ গুৱাহাটীৰ মাণ্ডলিক কাৰ্যালয়ত গোচৰ ৰুজু।
-
কিছুদিন পূৰ্বে উচ্চতম ন্যায়ালয়ৰ পৰা জামিন পাইছিল হাজৰিকাই।
ৰৌণক আলি হাজৰিকাৰ বাসগৃহত EDৰ অভিযান, পত্নীকো জেৰা...
বিতৰ্কিত DIG ৰৌণক আলি হাজৰিকাৰ বাসগৃহত EDৰ অভিযান।
New Update