গোলকগঞ্জৰ ভাৰত-বাংলাদেশ সীমান্তত এনকাউণ্টাৰ।
গো মাফিয়া ছিৰাজুল হকলৈ লক্ষ্য কৰি আৰক্ষীৰ গুলীচালনা।
আৰক্ষীৰ গুলীত গুৰুতৰভাৱে আহত ছিৰাজুল হক।
আৰক্ষীক আক্রমণ কৰি পলায়নৰ চেষ্টা কৰিছিল ছিৰাজুলে।
বুধবাৰে গোলকগঞ্জ আৰক্ষীয়ে আটক কৰিছিল গো মাফিয়া ছিৰাজুলক।
আৰক্ষীয়ে নিশা ছিৰাজুলক লৈ গৈছিল গাইখোৱালৈ।
আহত ছিৰাজুল হকক ধুবুৰী চিকিৎসা মহাবিদ্যালয় হাস্পতালত ভৰ্তি।