চৰাইদেউ মহোৎসৱ ২০২৪ৰ লাইখুঁটা স্থাপন

চৰাইদেউ মহোৎসৱ ২০২৪ৰ লাইখুঁটা স্থাপন
Published on
Updated on

ডিজিটেল সংবাদ,চৰাইদেউঃ বুধবাৰে চৰাইদেউ মৈদাম ক্ষেত্ৰৰ পথাৰত চৰাইদেউ মহোৎসৱৰ লাইখুটা স্থাপন কৰা হয় ৷ অসম চৰকাৰৰ পৰ্যটন বিভাগৰ উদ্যোগত, চৰাইদেউবাসীৰ সহযোগত এইবাৰ অনুষ্ঠিত হ'ব চৰাইদেউ মহোৎসৱ।

অহা ৫,৬ আৰু ৭ জানুৱাৰীত তিনিদিনীয়াকৈ অনুষ্ঠিত হ'ব চৰাইডেউ মহোৎসৱ ২০২৪। এই উপলক্ষত লাইখুটা স্থাপন কৰে সোণাৰিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰে।

২০১৫ চনৰ পৰা প্ৰতি বছৰে চৰাইদেউ মহোৎসৱ অনুষ্ঠিত হৈ অহাৰ পাছতে ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰে বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ তালিকাত অন্তৰ্ভুক্তিৰ বাবে মনোনয়ন প্ৰেৰণ কৰাৰ পাছত ইউনেস্কোৰ প্ৰতিনিধি দলে পৰ্যবেক্ষণ কৰিলে মৈদাম ক্ষেত্ৰ।

চৰাইদেউ মহোৎসৱ ২০২৪ৰ লাইখুঁটা স্থাপন
ঢকুৱাখনাত সাংস্কৃতিক মহাসংগ্ৰামৰ নামত অনিয়মৰ অভিযোগ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in