গোগামুখত অগ্নিকাণ্ড : দুৰ্বৃত্তই জ্বলাই দিলে মূৰঙ ঘৰ

গোগামুখত অগ্নিকাণ্ড : দুৰ্বৃত্তই জ্বলাই দিলে মূৰঙ ঘৰ
Published on
Updated on
  • গোগামুখত অগ্নিকাণ্ড।

  • দুৰ্বৃত্তই জ্বলাই দিলে মূৰঙ ঘৰ।

  • গোগামুখ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ নিচেই কাষতে আছিল মিচিং জনগোষ্ঠীৰ মূৰঙ ঘৰ।

  • দুৰ্বৃত্তই জ্বলাই দিয়াৰ সন্দেহ ৰাইজৰ।

  • সম্পূৰ্ণৰূপে ভস্মীভূত হয় মূৰঙ ঘৰটো।

  • সময়মতে ঘটনাস্থলীত উপস্থিত নহ'ল অগ্নিনিৰ্বাপক বাহিনী।

  • দাউ দাউকৈ জ্বলি ছাই হৈ গ'ল মুৰঙ ঘৰটো।

গোগামুখত অগ্নিকাণ্ড : দুৰ্বৃত্তই জ্বলাই দিলে মূৰঙ ঘৰ
চিৰাঙত ডায়েৰিয়া নিৰ্মূল অভিযান ২০২৪ৰ শুভাৰম্ভ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in