মধ্যাহ্ন ভোজনৰ পাছতেই অসুস্থ ৯টাকৈ শিশু…

মধ্যাহ্ন ভোজনৰ পাছতেই অসুস্থ ৯টাকৈ শিশু…

author-image
asomiyapratidin
New Update
ব্ৰহ্মপুত্ৰত জাঁপ দি মহিলাৰ আত্মহত্যা!

  • গোলাঘাটৰ ২নং বেঙেনাখোৱা প্রাথমিক বিদ্যালয়ত অঘটন।
  • বুধবাৰে সংঘটিত হয় খাদ্যত বিষক্ৰিয়াৰ ঘটনা।
  • মধ্যাহ্ন ভোজন গ্রহণৰ পিছতেই অসুস্থ হৈ পৰে ৯টাকৈ শিশু।
  • অসুস্থ শিশুকেইটাক শ্বহীদ কুশল কোঁৱৰ চিকিৎসালয়ত ভৰ্তি।
  • মধ্যাহ্ন ভোজনৰ পিছত পাৰ্শ্বক্রীড়া হোৱাৰ কথা উল্লেখ চিকিৎসকৰ।
assam golaghat food poisoning