উপাৰ্জনতকৈ সম্পত্তি অধিকঃ পত্নীসহ গ্ৰেপ্তাৰ ধূলাৰ থানাৰ পূৰ্বৰ অ'চিক

ধূলাৰ বনকৰা ছোৱালীৰ হত্যাকাণ্ডৰ অভিযুক্তক ধন লৈ সাৰি যাবলৈ সুযোগ দিছিল এইগৰাকী বিষয়াই

author-image
Asomiya Pratidin
New Update
উপাৰ্জনতকৈ সম্পত্তি অধিকঃ পত্নীসহ গ্ৰেপ্তাৰ ধূলাৰ থানাৰ পূৰ্বৰ অ'চিক

  • ধূলাৰ থানাৰ পূৰ্বৰ ভাৰপ্ৰাপ্ত বিষয়া উৎপল বৰাক পত্নীসহ গ্ৰেপ্তাৰ

  • চি আই ডিয়ে গ্ৰেপ্তাৰ কৰে দুয়োকে

  • আয় বৰ্হি:ভূত সম্পত্তি সন্দৰ্ভত চি আই ডিয়ে চলাইছিল তদন্ত

  • দুয়োকে আদালতত হাজিৰ কৰোৱা হয়

  • ৫ দিনৰ আৰক্ষীৰ জিন্মাত দিছে আদালতে

  • ধূলাৰ বনকৰা ছোৱালীৰ হত্যাকাণ্ডৰ অভিযুক্তক ধন লৈ সাৰি যাবলৈ সুযোগ দিছিল এইগৰাকী বিষয়াই

  • পত্নীৰ নাম দিশা ডেকা ।

Also Read: চতিয়াত পথ দুৰ্ঘটনাঃ দুখন মালবাহী ট্ৰাকৰ মুখামুখি সংঘৰ্ষ

Assam police