নগাঁৱৰ কচুৱাৰ শিমলুগুৰিত আৰক্ষীৰ অভিযান।অভিযানত গাঞ্জাসহ এজন লোকক আটক।ধৃত লোকজনৰ নাম আমিৰ আলী।আমিৰৰ বিৰুদ্ধে দীৰ্ঘদিনে গাঞ্জাৰ ব্যৱসায়ী চলাই অহাৰ অভিযোগ।