হোজাইত উদ্ধাৰ বৃহৎ পৰিমাণৰ গাঞ্জা

হোজাইত উদ্ধাৰ বৃহৎ পৰিমাণৰ গাঞ্জা
Published on
Updated on
  • হোজাইত নিশা আৰক্ষীৰ অভিযান ।

  • বৃহৎ পৰিমাণৰ গাঞ্জাসহ ৬ সৰবৰাহকাৰীক আটক ।

  • নামনিমুৱা এখন যাত্রীবাহী ৰে’লৰ পৰা আটক কৰে আৰক্ষীয়ে ।

  • অভিযানত আৰক্ষীয়ে ৪৫ কেজি গাঞ্জা উদ্ধাৰ কৰে ।

  • আটক কৰা সৰবৰাহকাৰী কেইজন ক্ৰমে পৰিমল সৰকাৰ, নৰোত্তম দাস, হাৰাধন দেৱনাথ, কৃষ্ণ চিকাৰী, হীৰক দাস, সমীৰণ দাস ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in