গোৱালপাৰাত নাও দুৰ্ঘটনা: ৩জনৰ মৃতদেহ উদ্ধাৰ, সন্ধানহীন ২জন ...

ei muhurtar khabar
ei muhurtar khabar
Published on
Updated on
  • গোৱালপাৰাৰ শিমলীতোলাত সংঘটিত হৈছে শোকাৱহ ঘটনা ।

  • গেৰুৱা সূতাত নাও বুৰি সন্ধানহীন হৈছে ৫জন লোক।

  • ইতিমধ্যে তিনিজনৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে।

  • উদ্ধাৰ হোৱা কেইজন ক্ৰমে মনজিৎ সাহা, গৌৰাংগ মালাকাৰ, জিৎ কৰ্মকাৰ বুলি জানিব পৰা গৈছে।

  • এতিয়াও সন্ধান নাই উদয় সৰকাৰ আৰু সুজন মালাকাৰৰ।

  • ঘটনাস্থলীত আৰক্ষীৰ দল উপস্থিত হৈ উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in