বছৰটোৰ তৃতীয়টো বানে সংহাৰী ৰূপ লৈছে তামাৰহাট...

বছৰটোৰ তৃতীয়টো বানে সংহাৰী ৰূপ লৈছে তামাৰহাট...
বছৰটোৰ তৃতীয়টো বানে সংহাৰী ৰূপ লৈছে তামাৰহাট...প্ৰতিনিধিত্বমূলক ফটো
Published on
Updated on
  • বানত বুৰিল তামাৰহাটৰ কেইবাখনো গাঁও।

  • ঘৃতিজ্ঞাকুটি, গাৰোপাৰা, শগুন চেৰা, সোণালুডাৱৰী গাওঁ কেইখন বুৰিল বানত।

  • বাঘডোৰা, বন্যাগুৰি নামৰ গাওঁ দুখনো পানীৰ তলত।

  • গংগাধৰ নৈয়ে তাণ্ডৱ চলাইছে গাঁওকেইখনত।

  • ঘৰ-বাৰী এৰি নিৰাপদ স্থানলৈ বানাক্রান্ত লোক।

  • বছৰটোৰ ৩য়টো বানে সংহাৰী ৰূপ লৈছে তামাৰহাটত।

বছৰটোৰ তৃতীয়টো বানে সংহাৰী ৰূপ লৈছে তামাৰহাট...
গৰু চোৰক ৰাইজৰ প্ৰহাৰঃ বাহনত অগ্নি সংযোগ....

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in