প্ৰায় ৮ দিন ধৰি নিৰুদ্দিষ্ট গোৱালপাৰাৰ যুৱক।
নিৰুদ্দিষ্ট যুৱকজন গোৱালপাৰাৰ লক্ষীপুৰৰ।
নিৰুদ্দিষ্ট যুৱকজনৰ নাম ৰাহুল ৰাভা।
বিগত ৬ জানুৱাৰীৰ পৰা নিৰুদ্দেশ হৈ আছে ৰাহুল।
ৰাহুলৰ পৰিয়ালত আছে কেৱল মাত্র এগৰাকী ভনীয়েক।
ঘটনা সন্দৰ্ভত আৰক্ষী থানাত এজাহাৰ দাখিল।
কোনো লোকে ৰাহুলৰ সন্ধান পালে 88226-63712 নম্বৰত জনাবলৈ আহ্বান।