হাৰমতিত চলন্ত বাহনৰ ওপৰতে বাগৰি পৰিল প্ৰকাণ্ড গছ

চলন্ত বাহনৰ ওপৰতে বাগৰি পৰিল প্ৰকাণ্ড গছ
চলন্ত বাহনৰ ওপৰতে বাগৰি পৰিল প্ৰকাণ্ড গছ
Published on
Updated on

ডিজিটেল ডেস্ক : কাজিৰঙাৰ হাৰমতিত সংঘটিত হৈছে ভয়ংকৰ দুৰ্ঘটনা। দুখন চলন্ত বাহনৰ ওপৰত বাগৰি পৰে প্ৰকাণ্ড গছ।

৩৭নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাজিৰঙাৰ হাৰমতিত সংঘটিত এই দুৰ্ঘটনাত দুয়োখন বাহনৰ যাত্ৰী আহত হোৱা বুলি জানিব পৰা গৈছে। অৱশ্যে আঘাত গুৰুতৰ নহয় যদিও দুয়োখন বাহন ক্ষতিগ্ৰস্ত হৈছে।

ইতিমধ্যে স্থানীৰ ৰাইজৰ প্ৰচেষ্টাত বাহন দুখনৰ উদ্ধাৰ কাৰ্য চলাই থকাৰ কথা জানিব পৰা গৈছে। দুৰ্ঘটনা সংঘটিত হোৱাৰ পাছতে ৰাষ্ট্ৰীয় ঘাইপথছোৱাত তীব্ৰ যান-জঁটৰো সৃষ্টি হৈছে।

চলন্ত বাহনৰ ওপৰতে বাগৰি পৰিল প্ৰকাণ্ড গছ
যুৱ খেলুৱৈ ৰিয়ানক কি উপদেশ দিলে প্ৰাক্তন ক্ৰিকেটাৰ শ্ৰী সান্থে...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in