-
গোলাঘাটৰ শালিকীহাটৰ বকতিয়ালত অঘটন
-
খাদ্যত বিষক্রিয়া হৈ শিশুসহ ১০গৰাকী লোক অসুস্থ
-
আদ্যশ্রাদ্ধৰ জলপান খাই শৌচ-বমিত আক্রান্ত হয় লোকসকল
-
অসুস্থসকলক শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে।
Also Read: জামুগুৰিহাটত মহিলা সমাজৰ উদ্যোগত তীজ সমাৰোহ উদযাপন