গোলাঘাটত গাঞ্জা সৰবৰাহকাৰীয়ে আক্ৰমণ কৰিলে আৰক্ষীক...

গোলাঘাটত গাঞ্জা সৰবৰাহকাৰীয়ে আক্ৰমণ কৰিলে আৰক্ষীক...
গোলাঘাটত গাঞ্জা সৰবৰাহকাৰীয়ে আক্ৰমণ কৰিলে আৰক্ষীক...
Published on
Updated on
  • গোলাঘাটৰ ৰাইদিঙীয়াত চাঞ্চল্যকৰ ঘটনা।

  • অভিযানকাৰী আৰক্ষীক আক্রমণ গাঞ্জা সৰবৰাহকাৰীৰ।

  • প্রতাপ শইকীয়া আৰু তেওঁৰ পত্নীয়ে আক্রমণ কৰে আৰক্ষীৰ দলটোক।

  • কুঠাৰ, লাঠিৰে কৰা অতৰ্কিত আক্রমণত আহত আৰক্ষী বিষয়া।

  • আহত ভাৰপ্রাপ্ত আৰক্ষী বিষয়া ছয়নিকা বৰকটকী।

  • ঘটনা সন্দৰ্ভত আৰক্ষীয়ে গ্রেপ্তাৰ কৰে দুই সৰবৰাহকাৰীক।

  • ধৃতদ্বয় প্রতাপ শইকীয়া আৰু উপেন শইকীয়া।

গোলাঘাটত গাঞ্জা সৰবৰাহকাৰীয়ে আক্ৰমণ কৰিলে আৰক্ষীক...
অসম তথা ভাৰতত অল কাইদাৰ সদস্য নিয়োগ কৰা শীৰ্ষ নেতা আবু তালহাক গ্ৰেপ্তাৰ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in