ঠিকাদাৰৰ পৰা উৎকোচ লৈ আটক গোলাঘাটৰ DFO

ঠিকাদাৰৰ পৰা উৎকোচ লৈ আটক গোলাঘাটৰ DFO
Published on
Updated on
  • গোলাঘাটত দুৰ্নীতি নিবাৰক আৰু তদাৰকী কোষৰ অভিযান

  • গোলাঘাটৰ সামাজিক বনানীকৰণৰ DFO জ্ঞানৰঞ্জন দাসক আটক

  • DFO গৰাকীৰ চৰকাৰী বাসগৃহৰ পৰা আটক

  • ঠিকাদাৰৰ পৰা ৩০ হাজাৰ টকা উৎকোচ লৈ হাতে-লোটে ধৰা পৰে জ্ঞানৰঞ্জন দাস

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in