৩১ মে' পৰ্যন্ত বৃদ্ধি কৰা হৈছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ জীপ ছাফাৰী

৩১ মে' পৰ্যন্ত বৃদ্ধি কৰা হৈছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ জীপ ছাফাৰী

author-image
Asomiya Pratidin
New Update
৩১ মে' পৰ্যন্ত বৃদ্ধি কৰা হৈছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ জীপ ছাফাৰী

  • বৃদ্ধি কৰা হৈছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ জীপ ছাফাৰী ৷

  • চলিত পৰ্যটন বৰ্ষৰ ৩১ মে' পৰ্যন্ত বৃদ্ধি কৰা হৈছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ জীপ ছাফাৰী ৷

  • পূৰ্বে ১৬ মে'ৰ পৰা ২০২৩-২৪ পৰ্যটন বৰ্ষৰ জীপ ছাফাৰী বন্ধ কৰাৰ নিৰ্দেশ জাৰি কৰিছিল ৰাষ্ট্ৰীয় উদ্যান কৰিছিল উদ্যান কৰ্তৃপক্ষই ।

Also Read: ধিং শাখা কবি সন্মিলনৰ উদ্যোগত 'কাব্যদিন' অনুষ্ঠান সম্পন্ন

kaziranga national park