কামাখ্যা প্ৰসাদ তাচাৰ হৈ কাজিৰঙাত অতুল বৰাৰ নিৰ্বাচনী প্ৰচাৰ

কামাখ্যা প্ৰসাদ তাচাৰ হৈ কাজিৰঙাত অতুল বৰাৰ নিৰ্বাচনী প্ৰচাৰ
কামাখ্যা প্ৰসাদ তাচাৰ হৈ কাজিৰঙাত অতুল বৰাৰ নিৰ্বাচনী প্ৰচাৰ
Published on
Updated on

ডিজিটেল সংবাদ,কাজিৰঙাঃ কাজিৰঙাত বিজেপি দলৰ প্ৰাৰ্থী কামাখ্যা প্ৰসাদ তাচাৰ নিৰ্বাচনী প্ৰচাৰ। স্থানীয় বিধায়ক তথা মন্ত্ৰী অতুল বৰাৰ সৈতে দলীয় নেতা কৰ্মীক লৈ পশ্চিম আৰু মধ্য কাজিৰঙা গাঁও পঞ্চায়তত নিৰ্বাচনী প্ৰচাৰ চলায় প্ৰাৰ্থীগৰাকীয়ে। প্ৰচাৰৰ সময়ত ৰাইজৰ বিপুল সঁহাৰি লাভ কৰাৰ কথা প্ৰকাশ কৰে তাচাই।

উক্ত সভাত কংগ্ৰেছক কটাক্ষ কৰি তেওঁ কয় যে গৌৰৱ গগৈৰ এনেকুৱা কি গুণ আছে যে তেওঁক ৰাইজে ভোট দিব। পূৰ্বৰ কলিয়াবৰ বৰ্তমানৰ কাজিৰঙা সমষ্টিত গৌৰৱ গগৈয়ে কোনো কাম কৰা ৰাইজে প্ৰত্যক্ষ কৰা নাই‌। ইপিনে আগন্তুক নিৰ্বাচনত কাজিৰঙা সমষ্টিৰ প্ৰাৰ্থী কামাখ্যা প্ৰসাদ তাচাই অনায়াসে জয় লাভ কৰিব বুলি মন্ত্ৰী অতুল বৰাই মন্তব্য কৰে।

কামাখ্যা প্ৰসাদ তাচাৰ হৈ কাজিৰঙাত অতুল বৰাৰ নিৰ্বাচনী প্ৰচাৰ
চুনচালী সেউজ নগৰ টিলাৰ ৰাইজৰ চোতালত হুঁচৰি বিহু পৰিবেশন

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in