বোকাজানত আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান।
বোকাজানৰ ডিলাইত বৃহৎ পৰিমাণৰ য়াবা টেবলেট জব্দ।
ডিলাই আৰক্ষীয়ে নাকা তালাচীত ডিমাপুৰৰ পৰা অহা AS14E9137 নম্বৰৰ এখন এল্ট' বাহনৰ পৰা জব্দ কৰে কৰে ৪০হাজাৰটা য়াবা টেবলেট।
বাহনখনত গোপন চেম্বাৰ সাজি সৰবৰাহৰ চেষ্টা চলাইছিল নিচাজাতীয় টেবলেটখিনি।
এই সন্দৰ্ভত আৰক্ষীয়ে হোজাইৰ মহম্মদ ইছলাম উদ্দিন আৰু মণিপুৰৰ মুজিবা বেগমক আটক কৰে।
জব্দ হোৱা টেবলেটখিনিৰ বজাৰ মূল্য প্রায় ৮ কোটি টকা।