গুৱাহাটী ৰেলৱে ষ্টেচনত সোণৰ বিস্কুট সহ এজনক গ্ৰেপ্তাৰ…

গুৱাহাটী ৰেলৱে ষ্টেচনত  সোণৰ বিস্কুট সহ এজনক গ্ৰেপ্তাৰ…
Published on
Updated on
  • গুৱাহাটী ৰেলৱে ষ্টেচনত সোণ জব্দ।
  • এজন সৰবৰাহকাৰীসহ পুৱা ৰাজধানী এক্মপ্ৰেছত জব্দ দুটা সোণৰ বিস্কুট ।
  • বিস্কুট দুটাৰ ওজন ৩২৩ গ্ৰাম ।
  • ডিমাপুৰৰ পৰা চেন্নাইলৈ নি আছিল সোণৰ বিস্কুট দুটা ।
  • পেন্টৰ পকেটত ভৰাই সৰবৰাহ কৰিছিল ২টা সোণৰ বিস্কুট৷
  • সোণৰ বিস্কুট দুটাৰ মূল্য প্ৰায় ১৫ লাখ টকা৷
  • মহম্মদ মহিউদ্দিন নামৰ তামিলনাডুৰ যুৱকজনে সৰবৰাহ কৰিছিল সোণৰ বিস্কুট দুটা ।
  • GRP আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে যুৱকজনক৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in