হাইলাকান্দিত গ্ৰেপ্তাৰ দুই আৰক্ষী কনিষ্টবল

হাইলাকান্দিত গ্ৰেপ্তাৰ দুই আৰক্ষী কনিষ্টবল
Published on
Updated on

ডিজিটেল সংবাদ,হাইলাকান্দি : হাইলাকান্দিত বুধবাৰে দুই আৰক্ষী কনিষ্টবলক গ্ৰেপ্তাৰ কৰা হয়। গ্ৰেপ্তাৰ হোৱা দুই আৰক্ষী কনিষ্টবলৰ নাম হৈছে- ইউনিস আলী আৰু নাৰায়ণ দাস।

জানিব পৰামতে, ড্ৰাগছৰ ব্যৱসায়ীৰ সৈতে জড়িত থকাৰ অভিযোগত দুই আৰক্ষী কনিষ্টবলক গ্ৰেপ্তাৰ কৰা হয়। উল্লেখযোগ্য যে হাইলাকান্দি আৰক্ষী অধীক্ষক লীনা দলেৰ নিৰ্দেশত উক্ত দুই আৰক্ষী কনিষ্টবলক গ্ৰেপ্তাৰ কৰা হয়।

সম্প্ৰতি দুয়োগৰাকী অভিযুক্ত আৰক্ষীক হাইলাকান্দি সদৰ আৰক্ষী থানাত ৰাখি আৰক্ষী অধীক্ষক লীনা দলে সোধা-পোছা অব্যাহত ৰাখিছে।

হাইলাকান্দিত গ্ৰেপ্তাৰ দুই আৰক্ষী কনিষ্টবল
ৰঙাচকুৱাত অমৃত কলহৰ জৰিয়তে পৱিত্ৰ ভূমি সংগ্ৰহ অভিযান

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in