লংকাৰ ছামবাৰীত অচিনাক্ত ব্যক্তিৰ মৃতদেহ উদ্ধাৰ

লংকাৰ ছামবাৰীত অচিনাক্ত ব্যক্তিৰ মৃতদেহ উদ্ধাৰ
Published on
Updated on
  • লংকাৰ ছামবাৰীত এজন অচিনাক্ত ব্যক্তিৰ মৃতদেহ উদ্ধাৰ।

  • কেইবাদিন আগেয়ে লোকজনৰ মৃত্যু হোৱাৰ সন্দেহ।

  • ছামবাৰীৰ এখন শ্মশানৰ দেৱালয়ৰ কাষত মৃতদেহটো প্ৰত্যক্ষ কৰে স্থানীয় ৰাইজে।

  • ঘটনাস্থলীত উপস্থিত লংকা আৰক্ষী।

  • সম্প্ৰতি লোকজনৰ কোনো পৰিচয় উদ্ধাৰ হোৱা নাই।

  • ঘটনাকলৈ অঞ্চলজুৰি সৃষ্টি হৈছে চাঞ্চল্যৰ।

লংকাৰ ছামবাৰীত অচিনাক্ত ব্যক্তিৰ মৃতদেহ উদ্ধাৰ
আৰ্য্যভট্ট বিজ্ঞান কেন্দ্ৰৰ উদ্যোগত ছাত্ৰ-ছাত্ৰীৰ মাজত বিভিন্ন প্ৰতিযোগিতাৰ আয়োজন

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in