হোজাই আৰু কাৰ্বি আংলঙত অনিৰ্দিষ্ট কাললৈ ব্যাহত বিদ্যুৎ সংযোগ..

হোজাই আৰু কাৰ্বি আংলঙত অনিৰ্দিষ্ট  কাললৈ ব্যাহত বিদ্যুৎ সংযোগ..
Published on
Updated on

ডিজিটেল সংবাদ,লংকাঃ হোজাই আৰু কাৰ্বি আংলং জিলাত অনিৰ্দিষ্ট কাললৈ বিদ্যুৎ সংযোগ ব্যাহত। উল্লেখ্য যে, এক দুৰ্ঘটনাত নগাঁৱৰ চামগুৰিত শংকৰদেৱ নগৰ সংযোগী 132KV লাইনৰ বিস্তৰ ক্ষতিসাধন হয়।

সেয়ে পুৱা ৫ বজাৰ পৰা শংকৰদেৱ নগৰ Grid Sub-Station ত বিদ্যুৎ সংযোগ অনিদিষ্ট কাললৈ ব্যাহত হৈ আছে। ক্ষতিগ্রস্ত লাইনত পুনৰ নিৰ্মাণৰ কাম চলি আছে বুলি AEGCL ৰ ফালৰ পৰা জানিব পৰা গৈছে।

হোজাই আৰু কাৰ্বি আংলঙত অনিৰ্দিষ্ট  কাললৈ ব্যাহত বিদ্যুৎ সংযোগ..
মাওবাদী আৰু নিৰাপত্তা বাহিনীৰ সংঘৰ্ষঃ ২৪ ঘন্টাত নিহত ৮ জন

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in