ডিজিটেল ডেস্কঃ উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত শীৰ্ষ ১০ টা স্থানৰ ১১ জনেই ৰামানুজন চিনিয়ৰ চেকেণ্ডাৰী স্কুলৰ ছাত্ৰ-ছাত্ৰীয়ে।
বিজ্ঞান শাখাত ৰামানুজনৰ পৰা স্থান লাভ কৰা সকল ক্ৰমেঃ
-
প্ৰথম স্থানত নিখিলেশ দত্ত।
-
দ্বিতীয় স্থানত অৰীজিত ৰয়, বিশ্বজ্যোতি দাস, ঋষভ উপাধ্যায়
-
তৃতীয় স্থানত প্ৰাৰ্থনা প্ৰিয়ম শইকীয়া
-
চতুৰ্থ স্থানত সত্যজিত কামান
-
ষষ্ঠ স্থানত ভাৰ্গভ শিবম
-
সপ্তম স্থানত বিকাশ জ্যোতি চহৰীয়া
-
অষ্টম স্থানত শতৰুপা বৰকাকতি
-
দশম স্থানত কৃষ্ণা ডেকা আৰু অভিলাশা হিমাশ্ৰী দাস