ঘোষণা কৰা হ'ল 'যোৰহাট সাহিত্য বঁটা-২০২৪'

ঘোষণা  কৰা হ'ল 'যোৰহাট সাহিত্য বঁটা-২০২৪'
Published on
Updated on

ডিজিটেল সংবাদ, যোৰহাটঃ দেওবাৰে 'যোৰহাট সাহিত্য বঁটা'ৰ ঘোষণাৰ কৰে। এই বছৰ এই বঁটা দুজনলৈ আগবঢ়োৱা হৈছে। 'প্রাক্ ঔপনিৱেশিক অসমৰ অর্থনৈতিক ইতিহাস' গ্ৰন্থখনৰ বাবে ড০ ৰক্তিম ৰঞ্জন শইকীয়ালৈ আগবঢ়োৱা হৈছে এই বঁটা। 'ৰঙ্গিলা দালানৰ মাটি' গ্ৰন্থখনৰ বাবে ড০ মেঘনা চৌধুৰীলৈ 'যোৰহাট সাহিত্য বঁটা' -২৪ আগবঢ়োৱা হৈছে।

প্রথম যোৰহাট সাহিত্য উৎসৱ-২৪' ৰ সৈতে সংগতি ৰাখি আহা ২৪ মার্চৰ বিয়লি ৪ বজাৰ পৰা যোৰহাট বিজ্ঞান কেন্দ্ৰ আৰু তাৰকাগৃহৰ প্রেক্ষাগৃহত অনুষ্ঠিত হ'ব লগা সামৰণি অনুষ্ঠানত দুয়োকে এই বঁটা প্রদান কৰা হ'ব ।

ঘোষণা  কৰা হ'ল 'যোৰহাট সাহিত্য বঁটা-২০২৪'
লোকসভা নিৰ্বাচন প্ৰসংগত বোকাজান মহকুমা প্ৰশাসনৰ সংবাদমেল

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in