উৎকোচ লৈ গ্ৰেপ্তাৰ যোৰহাটৰ বন বিষয়া

উৎকোচ লৈ গ্ৰেপ্তাৰ যোৰহাটৰ বন বিষয়া
Published on
Updated on
  • উৎকোচ লৈ গ্ৰেপ্তাৰ যোৰহাটৰ আঞ্চলিক বন বিষয়া।

  • দুৰ্নীতি নিবাৰক শাখাৰ জালত ৰেঞ্জাৰ ইকবাল আহমেদ।

  • যোৰহাটত ঘোচ লৈ হাতে-লোটে আটক চৰকাৰী বিষয়াগৰাকীক।

  • দাবী কৰা ধন লওতে আটক ৰেঞ্জাৰ ইকবাল আহমেদক।

  • ৩০ হাজাৰ টকা উৎকোচ লৈছিল তেঁও।

উৎকোচ লৈ গ্ৰেপ্তাৰ যোৰহাটৰ বন বিষয়া
গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ বৃহৎ সাফল্য : ব্ৰেইন ডেড হোৱা লোকৰ বৃক্ক সংৰোপণ কৰিলে দুই ৰোগীৰ দেহত

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in