উদঘাটন হ'বনে প্ৰকৃত সত্য ? চি বি আইৰ সন্মুখত হাজিৰ হ'ল জোনমণিৰ মাতৃ...

উদঘাটন হ'বনে প্ৰকৃত সত্য ? চি বি আইৰ সন্মুখত হাজিৰ হ'ল জোনমণিৰ মাতৃ...
Published on
Updated on

ডিজিটেল ডেস্ক : আৰক্ষী বিষয়া জোনমণি ৰাভাৰ ৰহস্যজনক মৃত্যুৰ সন্দৰ্ভত চি বি আইৰ তদন্ত অব্যাহত আছে। দেওবাৰেও এই সন্দৰ্ভত চি বি আইয়ে নগাঁও আৱৰ্ত্ত ভৱনত সোধপোচ কৰিছে। নগাঁৱৰ আৱৰ্ত্ত ভৱনত সোধপোচৰ বাবে চি বি আই সন্মুখত ইতিমধ্যেই হাজিৰ হৈছে জোনমণি ৰাভাৰ মাতৃ সুমিত্ৰা ৰাভা।

আৰক্ষী অধীক্ষক লীনা দলেৰ বিৰুদ্ধে জোনমণি ৰাভাৰ মাতৃয়ে দাখিল কৰিছিল এজাহাৰ। দিনৰ ১১-৩০ বজাত নগাঁও আৱৰ্ত্ত ভৱনত চি বি আইৰ সন্মুখত হাজিৰ হোৱা জোনমণি ৰাভাৰ মাতৃৰ ভাষ্যৰ পিছতে চি বি আইয়ে তদন্তৰ পৰৱৰ্তী স্থিতি গ্ৰহণ কৰিব।

উদঘাটন হ'বনে প্ৰকৃত সত্য ? চি বি আইৰ সন্মুখত হাজিৰ হ'ল জোনমণিৰ মাতৃ...
জোনমণি ৰাভা মৃত্যু গোচৰৰ তদন্তৰ বাবে চিবিআইৰ গুৱাহাটীত দ্বিতীয়টো দল

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in