কাকপথাৰ পথ দুৰ্ঘটনাত প্ৰাণ গ'ল ধ্রুৱজ্যোতি ডেকাৰ

ROAD ACCIDENT
ROAD ACCIDENT
Published on
Updated on
  • কাকপথাৰত ভয়ংকৰ পথ দুৰ্ঘটনা।

  • দুৰ্ঘটনাত নিহত এজন যুৱক, আহত এজন কিশোৰ।

  • নিয়ন্ত্রণ হেৰুৱাই ট্রেক্টৰত খুন্দা মটৰ চাইকেলৰ।

  • সোমবাৰে সংঘটিত হয় এই দুৰ্ঘটনা।

  • নিহত যুৱকজনৰ নাম ধ্রুৱজ্যোতি ডেকা।

  • চিকিৎসালয়লৈ নিয়াৰ অৱস্থাত মৃত্যু ধ্রুৱজ্যোতি ডেকাৰ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in