কৰিমগঞ্জত ভূমিস্খলনঃ নিহত একেটা পৰিয়ালৰ ৫জন

কৰিমগঞ্জত ভূমিস্খলনঃ নিহত একেটা পৰিয়ালৰ ৫জন
Published on
Updated on
  • কৰিমগঞ্জত ভয়ংকৰ ভূমিস্খলন

  • মাজনিশা শোৱা পাটিতে পোত যায় বাসগৃহ

  • ঘটনাত একেটা পৰিয়ালৰে ৫জনকৈ লোকৰ মৃত্যু

  • নিহত ৰায়মুন নেছা, ছাহেদা খানম, জাহেদা খানম

  • নিহত আন দুজন হামিদা খানম আৰু নাতি মেহদি হাছান

  • বদৰপুৰৰ বেন্দাৰগোল্ড এলেকাৰ তাজুৰতলত সংঘটিত এই ঘটনা

  • ঘটনাস্থলীত উপস্থিত হৈ আৰক্ষী আৰু SDRFৰ দলৰ অভিযান

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in